আফগানিস্তানত ৫.৯প্ৰৱল্যৰ ভূমিকম্প। ২৫৫ জনৰ মৃত্যু।।

মনোজ গগৈ

আজি পুৱা আফগানিস্তান আৰু পাকিস্তানত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় প্ৰাপ্ত খৱৰ অনুসৰি খষ্ট চিটি পৰা ৪৪ কিলোমিটাৰ নিলগৰ অভিকেন্দ্ৰত সংঘটিত এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত ৫.৯ প্ৰাবল্য আছিল এই ভূমিকম্পৰ জোকাৰণি পাকিস্তানৰ লাহোৰকে ধৰি কেবাখন চহৰত অনুভূত হয়

বৰ্তমানলৈকে ভূমিকম্পৰ ফলত ২৫৫ গৰাকী লোকৰ মৃত্যু হোৱা বুলি আফগানিস্তানৰ স্থানীয় সংবাদৰ পৰা জানিব পৰা গৈছে। হতাহতৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

মহাৰাষ্ট্ৰ চৰকাৰত ভূমিকম্প। ৪৫ বিধায়কৰ সমৰ্থন সহ একনাথ সিন্ধে গুৱাহাটীৰ ৰিডিচন ব্লু হোটেলত।

দ্ৰুপদী মুৰ্মু এনডিএ -ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

আফগানিস্তান ভূমিকম্পত মৃতকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি।